আমাৰ মৰমৰ কিশুৰ

আমাৰ মৰমৰ কিশুৰ আপুনি ইমান সোনকালে আমাক দুখী কৰি আতৰি যাব বুলি ভবা নাছিলো।ঘূৰী অহাৰ প্ৰতিশ্ৰুতি আছিল আপোনাৰ। আপোনাৰ অবিহনে নিশ্চয় শূন্য হৈ ৰ'ব অভিনয় জগতৰ কোনোবা এটা স্থান।দুখ দিলা সকলোকে।
ওম শান্তি।।ওম শান্তি।।ওম শান্তি।।

Comments

Popular posts from this blog

Waw assam is the best

Women empowerment. importance of women's empowerment in India !