Posts

Showing posts with the label ওম শান্তি।।ওম শান্তি।।

আমাৰ মৰমৰ কিশুৰ

Image
আমাৰ মৰমৰ কিশুৰ আপুনি ইমান সোনকালে আমাক দুখী কৰি আতৰি যাব বুলি ভবা নাছিলো।ঘূৰী অহাৰ প্ৰতিশ্ৰুতি আছিল আপোনাৰ। আপোনাৰ অবিহনে নিশ্চয় শূন্য হৈ ৰ'ব অভিনয় জগতৰ কোনোবা এটা স্থান।দুখ দিলা সকলোকে। ওম শান্তি।।ওম শান্তি।। ওম শান্তি।।